'আখৰ' ই-আলোচনী
অসমীয়া ভাষা সাহিত্যক ইন্টাৰনেটত সৱল ৰূপত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে ইতিমধ্যে এক ই-বিপ্লৱ ইউনিকোড(Unicode)ৰ মাধ্যমেৰে আৰম্ভ হৈছে। এই বিপ্লৱৰ প্ৰতি সঁহাৰি জনাই "আখৰ.ইন(AAKHAR.IN)"ৰ যোগেদি ইন্টাৰনেটত অসমীয়া ভাষা-সাহিত্যক প্ৰতিনিধিত্বৰ বিনম্ৰ প্ৰয়াস কৰা হৈছে ৷
-
তৃতীয় বছৰ প্ৰথম সংখ্যা
পঢ়িবৰ বাবে ক্লিক কৰক
-
দ্বিতীয় বছৰ প্ৰথম সংখ্যা
ড০ সমাদৃতা গোস্বামী, ড০ অৰবিন্দ ৰাজখোৱা, মুনমী ৰাজখোৱাৰ প্ৰবন্ধকে ধৰি সমুজ্জল শইকীয়াৰ গল্প আৰু নিয়মীয়া শিতান সমূহ৷
পঢ়িবৰ বাবে ক্লিক কৰক
-
অক্টোবৰ-ডিচেম্বৰ সংখ্যা
ড০ সমাদৃতা গোস্বামীৰ প্ৰবন্ধ/ সমুজ্জল শইকীয়াৰ গল্পৰ লগতে নিয়মীয়া শিতান সমূহ৷
পঢ়িবৰ বাবে ক্লিক কৰক
-
জুলাই-ছেপ্তেম্বৰ সংখ্যা
ড০ কমল কুমাৰ তাঁতীৰ কবিতা/ ড০ অৰবিন্দ ৰাজখোৱাৰ গুৰুত্বপূৰ্ণ নিবন্ধ "বুঢ়ী আইৰ সাধুত জাতীয় জীৱন আৰু মননৰ ৰেঙণি"/ ইচমিৰেখা সন্দিকৈ "বৰ্তমান শিক্ষা ব্যৱস্থাৰ প্ৰেক্ষাপটত প্ৰয়োজনভিত্তিক শিক্ষা"ৰ লগতে গল্প/ প্ৰৱন্ধ/ কবিতা আৰু নিয়মীয়া শিতান সমূহ৷
পঢ়িবৰ বাবে ক্লিক কৰক -
এপ্ৰিল-জুন সংখ্যা
এই সংখ্যাত আছেঃ 'ৰঙালী বিহু আৰু ব্যৱসায়'/ 'গোলকীকৰণৰ চাকনৈয়াত বিহু'/'ৰামধেনুৰ কবিতাত প্ৰতিফলিত সমাজ চেতনা'/'নীলকণ্ঠী ব্ৰজ উপন্যাসৰ সমাজ সংস্কাৰমূলক চেতনা'/বিজ্ঞান বিষয়ক প্ৰবন্ধৰ লগতে চাৰিটা গল্প, দহটা কবিতা,ব্যংগ আৰু নিয়মীয়া প্ৰতিটো শিতান৷
পঢ়িবৰ বাবে ক্লিক কৰক -
প্ৰস্তাৱনা সংখ্যা
এই সংখ্যাত আছেঃ ড০ অৰবিন্দ ৰাজখোৱাৰ ~ হনুমানৰ আকাশ/ ড০ বুলজিৎ বুঢ়াগোহাঁইৰ~ কেৰিয়াৰ বিষয়ক লেখা/ নৱ-প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পঞ্চানন হাজৰিকাৰ ~ জুই/ নতুন কিতাপৰ অৱলোকনেৰে ~গ্ৰন্থৰ খবৰ/ কথাছবিৰ সম্পৰ্কত আলোচনা আদি৷
পঢ়িবৰ বাবে ক্লিক কৰক